AbcSongLyrics.com

Zubeen Garg Mero Mayaalai english translation

Feat Shatabdi
Zubeen Garg Mero Mayaalai song lyrics
Zubeen Garg Mero Mayaalai translation
ডাৱৰ মাতিলে নামি আহিলে
ডাৱৰ মাটিলে নামি আহিলে
মৰম নদী হৈ বয়
মৰম নদী হৈ বয়
নদীৰ সুততে তোমাক পাবলে
নদীৰ সোঁততে তোমাক পাবলৈ
ডিঙা মেলিছো মই
ডিঙা মেলিছোঁ মই


দুচকুৰে
দুচকুৰে
দুবাহুতে
দুবাহুতে
কি সানিদিলা ৰাগিনী
কি সানি দিলা ৰাগিনী
মন বনত
মন বনত
ৰং উৰিছে
ৰং উৰিছে
যেন ফাগুনৰে
যেন ফাগুনৰে
ধূলি তুমি ধূলি তুমি ধূলি তুমি
ধূলি তুমি ধূলি তুমি ধূলি তুমি


আলসুৱা সপোন আঁকি আনি
অলসুৱা সপোন আঁকি আনি
dila tumi satirote aki
দিলা তুমি শৰীৰতে আঁকি
pakhilahi mon moru shiloniiii
পাখি লাহী মন মোৰো চিলনী


kachioni rodor puhore
কাঁচিয়লি ৰদৰ পোহৰে
tumi aji mure bule kole
তুমি আজি মোৰেই বুলি কলে
pahariya pokhila ejake
পাহাৰীয়া পখিলা এজাকে
murei tumi buli chinore
মোৰেই তুমি বুলি চিঞৰে


mor akakhor
মোৰ আকাশৰ
sur pranayar
সুৰ প্ৰণয়ৰ
gan kusumore sanilaaa
গান কুসুমৰে সানিলা
mur hepahor
মোৰ হেঁপাহৰ
ghar ulahor
ঘৰ উলাহৰ
rang tumi ani hisi dila hisi dila
ৰং তুমি আনি সিঁচি দিলা সিঁচি দিলা


alokhuwa saponoke ani
অলসুৱা সপোনকে আনি
dila tumi sonitote dhali
দিলা তুমি শৰীৰতে ঢালি
aji dekhu mon maru chiloniiiii
আজি দেখোন মন মোৰো চিলনী


Mounotar mouno sabade
মৌনতাৰ মৌন শব্দে
tumi mor tumi mor buli chinore
তুমি মোৰ তুমি মোৰ বুলি চিঞৰে
boheniya botah ejake
বহে নিয়া বতাহ এজাকে
tumi matho morei buli kole
তুমি মাথো মোৰেই বুলি কলে


Mon kagojar
মন কাগজৰ
Nao jajabor
নাও যাযাবৰ
par tumi ahi bandhilaaa
পাৰ তুমি আহি বান্ধি দিলা
mor hridayar
মোৰ হৃদয়ৰ
somajote
সোঁমাজতে
ranghar tumi sazi dila sazi dila
ৰং ঘৰ তুমি সাজি দিলা


alokhuwa sapon aki ani
অলসুৱা সপোনকে আনি
dila tumi sonitote dhali
দিলা তুমি শৰীৰতে ঢালি
pakhilahi mon
পাখি লাহী মন
moru chiloniiii
মোৰো চিলনী